এবি এমছুৰ নেতাক নিলম্বন,তদন্তৰ নিৰ্দেশ

গোসাঁইগাঁও,৫ অক্টোবৰঃ অসামাজিক কাৰ্যকলাপত জড়িত এগৰাকী এবি এমছুৰ নেতাক আজি সংগঠনৰ পৰা নিলম্বন কৰা বুুুুলি জিলা সমিতিয়ে পত্ৰ প্ৰেৰণ কৰিছে৷সংগঠনৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি ছফিউৰ ৰহমান আৰু সাধাৰণ সম্পাদক ছফিয়াল হকে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা মতে শ্ৰীৰামপুৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আব্দুল খালেক শেখে অসামাজিক কাৰ্যকলাপ আৰু অনৈতিক আচাৰ-ব্যৱহাৰত লিপ্ত থকা বুলি উঠা গুৰুতৰ …

Back to top button